Thursday, April 29, 2021

Motivational Quotes In Assamese

 Motivational Quotes In Assamese





১/
কল্পনাৰ সাগৰত ডুবি নহয়
বাস্তৱতাৰ নৈত সাতুৰিব শিকক
তেহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা।

২)
প্রকৃ্ত  অভাবী সেইজন
যিজন টকাৰ ধনী হলেও মনৰ ধনী নহয়।

৩)
জীৱনত কিবা এটা উন্নতি কৰিবলৈ  হ'লে
জ্ঞানীৰ লগত ঘুৰিবা মূ্র্খৰ লগত নহয়।

৪)
সফল যেতিয়া হবা
তেতিয়া আনক সলনি কৰাৰ পৰিৱর্তে নিজক
সলনি কৰিবলৈ চেষ্টা কৰিবা।

৫)
তুমি তোমাৰ ভবিষ্যত সলনি কৰিব নোৱাৰা
কিন্তু
তোমাৰ অভ্যাসক সলনি কৰিব পাৰা
আৰু অভ্যাসে তোমাৰ ভবিষ্যত 
সলনি কৰিবব।

৬)
যদি তুমি 
পৃথিৱীখন সলনি কৰিব বিচৰা
প্রথমে তোমাৰ পৰিয়ালটোৰ পৰাই আৰাম্ভ কৰা।

৭)
এই পৃথিৱীত থকা বহুতো সমস্যা 
নোহোৱা হৈ যাব
যদি আমি ইজনে আনজনৰ বিষয়ে কথা পতাতকৈ
ইজনে আনজনৰ লগত সমস্যাবোৰৰ 
বিষয়ে কথা পাতো।

৮)
জীৱনত কিবা হেৰুৱাৰ কাৰণে কেতিয়াও
দুখ নকৰিবা
যেতিয়া এজোপা গছে এখিলা পাত 
হেৰুৱাই
তাৰ ঠাইত পুনৰ এখিলা নতুন 
পাত ওলায়।



৯)
লোহাক কোনেও ধংস কৰিব নোৱাৰে ইয়াৰ
নিজৰ মামৰৰ বাহিৰে
ঠিক তেনেদৰে তোমাক কোনেও বিনষ্ট 
কৰিব নোৱাৰে
তোমাৰ নিজৰ মানসিকতাৰ বাহিৰে।

১০)
যদি তুমি কষ্ট নোপোৱা
তেনেহলে তুমি সাহসী হ'ব নোৱাৰা,
যদি তুমি ভুল নকৰা
তেনেহলে একো শিকিব নোৱাৰা,
যদি তুমি বিফলতাক লগ পোৱা নাই
তেন্তে তুমি সফলতাক কেতিয়াও লগ নোপোৱা।

১১)
কোনোবা এজন মানুহক সহায় কৰিলে
গোটেই পৃথিৱীখন সলনি নহয়,
কিন্তু
এজন মানুহক সহায় কৰি তেওঁ পৃথিৱীখন 
সলনি কৰি দিব পাৰা।

১২)
ধৈর্য দুর্বলতাৰ প্রতীক নহয়
দুর্বলতাৰ প্রতীক হ'ল খং
ধৈর্য হ'ল শক্তিৰ প্রতীক।

১৩)
যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই
তেওঁ কোনো কামতে সফল 
হ'ব নোৱাৰে।

১৪)
সকোল তলাৰে একো একোটা চাবি থাকে
আৰু
সকলো সমস্যাৰ একো একোটা
সমাধান আছে।

১৫)
আমি এখন নতুন পৃথিৱীৰ কাৰণে
যুজ দিয়া উচিত
এখন সভ্য পৃথিৱী যিয়ে 
মানুহক কাম কৰাৰ সুবিধা দিব যুৱকসকলক এটা 
সুন্দৰ ভবিষ্যত দিব

বৃদ্ধসকলক এটা নিৰাপত্তা দিব। 


 ১৬)

আব্দুল কালাম হ’ব নিবিচাৰিবা,
আব্দুল কালামৰ দৰেহে হ’ব বিচৰা। তেহে জীৱনত
 উন্নতি কৰিব পাৰিব।


১৭)

মনত ৰাখিব,
অসফলতা অনাথ হয়, আৰু সফলতাৰ 
সম্পৰ্কীয় বহুত হয়।


১৮)

বিফলতা অবিহনে কোনাে মানুহে 
সফলতা লাভ কৰিব নােৱাৰে।


১৯)

আনৰ লগত নহয়, 
সদায় নিজৰ লগত যুঁজক, আপুনি সফলতা 
লাভ কৰিব নােৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই 
একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপােনাক সফলতা দিব।


২০)

কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত 
সাতুৰিব শিকক।
জীৱনৰ লক্ষ্যত উপনীত হ’ব পাৰিবা।


২১)

সফল তেতিয়া হ'বা যেতিয়া আনক সলনি কৰাৰ পৰিৱর্তে 
নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা।


২২)

তুমি তােমাৰ ভৱিষ্যত সলনি কৰিব নােৱাৰা, কিন্তু 
তােমাৰ অভ্যাসক সলনি কৰিব পাৰা আৰু অভ্যাসে 
তােমাৰ ভৱিষ্যত সলনি কৰিব।


২৩)

লােহাক কোনেও ধংস কৰিব নােৱাৰে ইয়াৰ নিজৰ মামৰৰ বাহিৰে, 
ঠিক তেনেদৰে তােমাক কোনেও বিনষ্ট কৰিব নােৱাৰে 
তােমাৰ নিজৰ মানসিকতাৰ বাহিৰে।


২৪)

যদি তুমি কষ্ট নােপােৱা তুমি সাহসী হ’ব নােৱাৰা, 
যদি তুমি ভুল নকৰা একো শিকিব নােৱাৰা, 
যদি তুমি বিফলতাক লগ পােৱা নাই তেন্তে তুমি 
সফলতাক কেতিয়াও লগ নােপােৱা।


২৫)

যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই 
তেওঁ কোনাে কামতে সফল হ'ব নােৱাৰে।

২৬)

তােমাৰ বুদ্ধি, ক্ষমতা আৰু যােগ্যতাৰ ওপৰত যদি কোনােবাই সন্দেহ কৰে, তুমি হতাশ নহ’বা কিয়নাে সােনৰ শুদ্ধতাৰ ওপৰত মানুহে 
সদায় সন্দেহ কৰে লােহাক নকৰে।


২৭)

এজোপা গছৰ ওপৰত বহি থকা চৰাইয়ে, 
ডালটো ভাগি যাব বুলি কেতিয়াও ভয় নকৰে, 
কিয়নাে সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত সম্পূর্ণ বিশ্বাস থাকে।
 সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিবা।


২৮)

জীৱনটো হ'ল আটাইতকৈ কঠিন পৰীক্ষা 
বহুত মানুহ অসফল হয়। কাৰণ 
তেওঁলােকে বেলেগৰ পৰা নকল কৰিবলৈ চেষ্টা কৰে। 
কিন্তু তেওঁলােকে অনুভৱ নকৰে যে সকলােৰে প্রশ্নকাকত বেলেগ।


২৯)

আপােনাক যদি কোনােবাই সমালােচনা কৰিব লৈছে,
তেন্তে ভাবি লব আপুনি কোনােবা এটা দিশত উন্নত হৈছে।


৩০)

বিনা ত্যাগ একো পােৱা সম্ভৱ নহয়,
উশাহ লবলৈও নিশাহটো এৰি দিব লগা হয়।


৩১)

তুমি যদি সূর্যৰ দৰে উজ্জ্বল হ'ব খােজা, তেন্তে
প্রথমে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব।


৩২)

জীৱনত সমস্যাৰ অত্যন্ত প্রয়ােজন, তেতিয়াহে সফলতা উপভােগ কৰিব পাৰি।


৩৩)

প্রথম সাফল্যৰ পিছত জিৰণি ল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তােমাৰ সৌভাগ্যবুলি সকলােৱে ক'ব।


৩৪)

জীৱনৰ জটিলতাই 
তােমাক ধ্বংস কৰিবলৈ নাহে। বৰঞ্চ ইয়াৰদ্বাৰা তােমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষাৰ বাবে
এক সুযােগ দিয়ে
সেয়েহেজটিলতাক বুজাই দিয়া তুমিও যে জটিল।


৩৫)

সকলাে চৰায়েই বৰষুনত গছৰ ডালত
আশ্রয় লয়, কিন্তু ইগলে মেঘৰ ওপৰত উৰি
ডাৱৰক কটাক্ষ কৰে।
সমস্যা একেই কিন্তু সমাধানৰ পন্থাই
পার্থক্য আনি দিয়ে।

৩৬)

কাৰােবাক হৰুৱাবলৈ সহজ।
কিন্তু কাৰােবাক জয় কৰাটো অতন্ত্য কঠিন।


৩৭)

কোনাে সমস্যাকে তােমাৰ ওপৰত কাহানিও
প্রভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা।
বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা
আৰু নি:শেষ কৰা।


৩৮)

আপুনি আপােনাৰ ভৱিষ্যতটো
সলনি কৰিব নােৱাৰে, কিন্তু
আপুনি আপােনাৰ অভ্যাস সলনি কৰিব পাৰে,
আৰু এদিন নিশ্চিতৰূপে আপােনাৰ অভ্যাসে আপােনাৰ ভৱিষ্যত সলনি কৰিব পাৰিব।


৩৯)

তােমাৰ কমক ভাল পাবা,
কর্ম প্রতিষ্ঠানক নহয়৷ কাৰণ তুমি নাজানা
কেতিয়া তােমাক তােমাৰ কাৰ্য প্রতিষ্ঠানে
ভাল পাবলৈ এৰি দিব।


৪০)

অতীতৰ কথা ভাবি মনত দুখ পােৱাটো
 হ'ল বহুত বেয়া ও আবেগৰ কথা, কিন্তু
অতীতৰ পৰা শিক্ষা লৈ জীৱনত আগুৱাই যােৱাটোৱে হৈছে বাস্তৱতা।


৪১)

জীৱন পথত বহুতেই তােমাক কষ্ট দিব,
বহুতেই বেইমানিও কৰিব,
কিছুমানে বিশ্বাস ঘটকতা কৰিব,
ভালপােৱাৰ নামত অভিনয় কৰিব,
বন্ধুত্বৰ নামত ব্যৱহাৰ কৰিব।
আৰু তুমি এই সকলাে বােৰ আওকাণ কৰিয়েই নিজৰ কামত আগবাঢ়িব লাগিব।
দেখিবা এদিন সেইবােৰ মানুহে তােমাক
দেখিলে লাজ কৰিব।


৪২)

সপােন সদায় ডাঙৰতকৈ বহুত ডাঙৰ দেখিবা,
চন্দ্ৰত উঠিব নােৱাৰিলেওটো
আকাশ মার্গলৈ উঠিব পাৰিবা সেয়ে
সদায় সপােন বহুত ডাঙৰ চাবা।


৪৩)

যেতিয়া তুমি অকলে পৰি যােৱা
তেতিয়া ভাবিবা যে এইটোৱেই সময়
নিজক সলনি কৰিবলৈ।


৪৪)

জীৱনত সকলাে Looser ক
এবাৰ Legend হবলৈ এটা chance দিয়ে।


৪৫)

যিজনে নিজৰ বাবে নিয়ম নৱনাই
সেইজনে বেলেগৰ নিয়মত চলিব লগা হয়।