Monday, March 29, 2021

Funny Whatsapp Status | অসমীয়া Whatsapp Status




 

ভাইহঁত, WhatsApp য়ে মোক ব্যৱহাৰ কৰি আছে


ভগবান যে কি সৃষ্টিশিল অনবৰতে মোৰ কামবোৰকে চাই থাকে


মোবাইলৰ 1% হে চাৰ্জ আছে মোক Call নকৰিবা


iphone ৰ সপ্তম model টোও উলিয়ালে চাল্লা এইবাৰো লব নোৱাৰিলো


মই lazy নহয় বে মই energy saving mode তহে আছো


তোমাক যদি কোনেও বেয়া নাপায় তেতিয়াহলে তুমি মস্ত Boring


নিজৰ পত্নীৰ পচন্দত নাহাহিবা তুমিও পত্নীৰ পচন্দৰে


মোৰ ষ্টাইলেই তেনেকুৱা মোক follow নকৰিবা


টকা গছত লাগিলে ছোৱালীবোৰে বান্দৰৰ লগতো dating মাৰিলে হয়


মই হাৰি যোৱা নাই মোৰ সফলতাৰ চাবিপাতহে হেৰাইছে


ৰাস্তাই বদলি যায় যেতিয়া কোনোবাই কয় আগত হেলমেত্ checking হৈ আছে


দাঁত সৰি নোযোৱালৈকে প্ৰাণখুলি হাঁহি থাকা_জীৱনটো বৰ চুটি



চাল্লা সৰুতে handwriting ত গুৰুত্ব দিলো এতিয়া মোবাইলৰ keypad চলাওতেই দিন গৈছে


তই চাল্লা মোলৈ চাই হাঁহি আছ নে হাঁহি হাঁহি মোলৈ চাই আছ ক'



যিমানে mountain dew নোখোৱা কিয় ভয় লাল খালেহে দূৰ হয়


মোৰ girlfriend iphone 8 ৰ নিচিনাহে হব এতিয়ালৈ launch হোৱা নাই


কিছুমান ছোৱালী ইমান ধুনীয়া মই relashionship আগবঢ়োৱাৰ আগতেই নিজক reject কৰি থওঁ


এই প্ৰেমটোও এনেকুৱা দুৱাৰদলিত আহি উপস্হিত হৈছে যে_বহু ভাবি ভাবি এটা love msg বনাই gf ক পঠোৱাৰ পিছতো তাই সুধিব এই msg টো তোমাক কোনে পঠিয়াইছে


বাবা আৰামদেৱ:বিদেশী বস্ত্ত google map ব্যৱহাৰ নকৰিব_চাহ দোকানীকে ৰাস্তা সুধি ফুৰিব


যিসকলক আগতে স্কুলত মুৰ্গী সঁজোৱা হৈছিল এতিয়া বৰ্তমান সিহঁত whatsapp গ্ৰুপৰ admin


আগতে সকলোৱে কোনোবা হৰিণী ঘৰৰ balcony ত ওলাব বুলি ৰখি আছিল আজিকালি online ত ওলাব বুলি ৰখি থাকে


Attitude অন্তৰ্বাসৰ নিচিনা বুজিছা_ ইয়াক লুকুৱাই ৰাখা দেখাবলৈ নহয়


এটা ভাল Wifi আৰু এজনী ধুনীয়া Wife বিচাৰি অাছো


মই সেই সকলৰ নিচিনা নহয় যি Red Light হোৱাৰ পিছতো দৌৰি থাকে, মই Green হোৱালৈ বাট চাওঁ


এটা মস্তি status আছে লাগে যদি scratch কৰা


"বিবাহ" মানে নিৰব আত্মহত্যা


মই সেই ছোৱালীজনীকে বিয়া পাতিম যাৰ voter card ৰ ফটো ধুনীয়া


ঘৰৰ বাগিচাত কাকো চুমা নাখাবা_প্ৰেমহে অন্ধ ওচৰ চুবুৰিয়া নহয়



ৰাতি মোৰ মোবাইলটো নিচাত আছিল সেয়ে তোমালৈ এটা Sms গল




প্ৰেম blotooth ৰ নিচিনা ওচৰলৈ আহিলে connected দূৰলৈ গলে Searching For a New Device


ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্ত্ত Birthday পাহৰিলে তোমাক মাৰি পেলাব


মনুষ্য: গছৰ পৰা কাগজ বনাব আৰু সেইখন কাগজতে লিখিব "Save Tree"


ফোনটোৱে ভাল চাল্লা অনিচ্ছা লাগিলে switchoff কৰি থব পাৰি_কিন্ত্ত পত্নীক...


মই ঘৰৰ calling bell নবজাও বুজিছা ডাইৰেক্ট call কৰো


মই মোৰ ওঠৰ সোৱাদটো লব পৰা নাই তুমি এবাৰ test কৰি চাবা নেকি


girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা petrol pump ৰ কাষত চিগাৰেট খোৱাৰ নিচিনা


ঠাণ্ডাৰ দিনৰ ফেনখন চলাই দিলো নে নাই তাই মোক তাতেই বেয়া পায় গল বে


ঠাণ্ডাৰ দিনত এটাই মজা চাল্লা গৰম মুঠেও নালাগে


যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি traffic police checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল


টকা পইচাৰ কথা নকবা সোণজনী তুমি যিমান দেখিছা নহয় তাতকৈ বেছি মই ধাৰ লৈ থৈছো


হৃদয়টো কিবা খেলাৰ বস্ত্ত নেকি ইমানেই যদি খেলিব মন তেতিয়া হলে blue whale game খেলা না


চাল্লা এটা বস্ত্ত বুজি পোৱা নাই ইমান prince আৰু queen মোগলৰ সময়তো নাছিল যিমান এতিয়া facebook ত দেখা পোৱা যায়


প্ৰেমৰ ৰাস্তাত বোলে আঘাট বেছি মই ভাবিছো তাতে এখন Hospital খুলি লও নেকি


কলেজৰ জগতখন কিন্ত্ত অাচৰিত ক্লাছৰ সময়ত প্ৰেম কিতাপৰ জেগাত মনৰ মেল সেইকাৰণে ৰমেণ প্ৰত্যেকবাৰে ফেল


হায় ৰে সময়_১০ মিনিট দেখাদেখি হলেই বিয়া fixed হৈ যায় বাৰে বাৰে interview দিলেও চাকৰি missed হৈ যায়


বস্ত্ত বাহানীৰ যিহে দাম আধাৰ Card নালাগে আহাৰ Card ৰ হে দৰকাৰ


পত্নীক বুজাব যোৱা মানে_10 Gb ভিডিও download থাকোতে 9.5 Gb ত error দেখুওৱা




জৱাহৰলাল:এলাহ মানৱ জীৱনৰ শত্ৰু_মহাত্মা গান্ধী:শত্ৰুক প্ৰেম কৰা 😌Confused


জাপানত:5g testing_ভাৰতত:এতিয়াও "জয় হনুমান" লিখি ১১ জনক পঠিয়াই free net balance পোৱাৰ আশা


হে ৩৩ কৌটি দেৱ দেৱী মোক আন একো নালাগে প্ৰত্যেকে এটকাকৈ দি আশীৰ্বাদ কৰা_বাকি মই নিজে হিচাপ কৰি লম


পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ girlfriend ৰ বাপেকে blank cheque এখন দি কলে হয়_ইয়াত amount লিখি ল' আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা'


মোক কি বুলি ভাবিছা_মই news ও dj home theatre ত শুনো বুজিছা