Sunday, January 1, 2023

New Assamese Quotes of 2023

 

100 Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

প্ৰিয় পঢ়ুৱৈসকল আজি আপোনাৰ সৈতে মই  Assamese Love Quotes For Life বা Inspirational Assaemse Thoughts শ্বেয়াৰ কৰিবলৈ লৈছো। এইকেইটা Assamese Shayari আপুনি পঢ়ি নিশ্চয় ভালপাব বুলি মোৰ বিশ্বাস। লগত আৰু বহুতো Assamese quotes image বা  ধুনীয়া axomiya quote পঢ়ি থাকিবলৈ জোনক অসমৰ সৈতে সংযুক্ত হৈ থাকক। 

Assamese Quotes By DrPranab Kumar Bhagabati


হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...
চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।
পামনে মই নে মই পাম তোমাক?

assamese shayari facebook| assamese whatsapp shayari
assamese satus for single boy
মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।

Assamese Shayari | Assamese shayari photo 1

assamese shayari status| assamese shayari wallpaper

তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)

assamese shayari message | assamese shayari sms download

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

assamese sad quotes | assamese heart touching quotes

মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
assamese shayari of love | assamese shayari for love
Assamese Love Quote
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।

assamese sad quotes | assamese heart touching quotes
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
assamese shayari new| assamese emotional shayari
তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।

assamese shayari image download | assamese dard shayari

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
assamese shayari image download | assamese dard shayari
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

assamese attitude status| assamese quotes for whatsapp
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...
ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।
assamese attitude status| assamese quotes for whatsapp
লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
assamese attitude status| assamese quotes for whatsapp
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
Romantic quotes assamese| assamese friendship quotes
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম...
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব
Romantic quotes assamese| assamese friendship quotes
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
Assamese attitude status| assamese dialogue
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
assamese shayari image | assamese shayari download
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়
ৰাইজে সোধে "কোন ডক্তৰ, কি ঔষধ?"
assamese shayari photo download | assamese tragedy shayari

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক "মই অলপ বিপদত পৰিছো"। জবাব পাই যাব।

Niribili assamese photo|assamese sad status
তেওঁ হাঁহি সুধিছিল "তুমি কি কৰা?"
মই উত্তৰ দিলো "দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।"
assamese shayari fb| assamese shayari free download

তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে...
আৰু বৰষুণক খবৰটো তেৱেই দিলে।

assamese friendship quotes|assamese love dialogue
প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

assamese dukhor status|assamese thought of the day
কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

Assamese love quotes|New Assamese Quote

তেওঁ যাওঁতে কৈ গ'ল- "মই মাত্ৰ সপোনতহে দেখা দিম।"
মই কলো-"promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

Assamese shayari pic|Assamese shayari picture

যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ...
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।
Assamese love quotes|New Assamese Quote
সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।
Assamese love quotes|New Assamese Quote
যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া "বিজয়" আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া "বুৰঞ্জী"
assamese shayari | Best assamese shayari
বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।
assamese dukhor shayari| assamese shayari romantic
তেওঁ সুধিছিল "প্ৰেমৰ বাট কোনফালে?"
মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।
assamese shayari|assamese shayari photo
ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি...
কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।
assamese romantic shayari image| assamese shayari pic download
তুমি হাজাৰ বিচাৰিলেও মোক নোপোৱা...
চন্দ্ৰৰ পিছফালে থকা আন্ধাৰখিনি মোৰ পৃথিৱী।
তুমি চন্দ্ৰ হৈ থাকিলে কত পাবা?
assamese friendship shayari | assamese shayari love story

আমি আমাৰ স্বভাৱ, চৰিত্ৰ ঠিক কৰিব লাগে, যাতে আমাক দেখি ছোৱালী/নাৰীয়ে চুলি ঠিক ঠাক কৰাত লাগি যায়, দোপাট্টা নহয়। মৰ্দ হ‌ও মৰ্দ।

assamese shayari 2020 | assamese shayari sad
জীৱন এক শূণ্যতাৰ ধেমালি
পেটত ভোক,মুখত ধূলি বালি
assamese shayari love | assamese shayari sms
বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?

assamese shayari|assamese shayari photo
তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি...
মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।
assamese shayari|assamese shayari photo
আমৃত্যু ভাল পোৱাৰ কথা আছিল।
বন্ধু, মই মৰিলে চিতাখন তেওঁৰ পদূলিত এবাৰ ৰখাবা...
সুধিলে কবা "কান্ধ সলনি কৰিছো"।