আমি সকলোৱে প্ৰায় প্ৰতিটো দিনাই আমাৰ আপোন বন্ধু বান্ধৱী, মা দেউতা, বা, ভাইটী, ভন্টি, দাদা আদি বিভিন্ন সম্বন্ধীয় ব্যক্তিক জন্মদিনৰ শুভেচ্ছা (happy birthday wishes in assamese) জনাও। প্ৰায় বহু ক্ষেত্ৰত দেখা যায় যে আমি Birthday Wish কৰিবলৈ লিখিবলৈ লৈ থমকি যাব লগা হয় কাৰণ এটা সুন্দৰ perfect happy birthday assamese status বিচাৰি অলপ হলেও হাবাথুৰি খাব লগা হয়। এনে ক্ষেত্ৰত আপুনি সেই ব্যক্তি গৰাকীক এটা সুন্দৰ শুভেচ্ছা বাৰ্তা (happy birthday greetings in assamese) প্ৰেৰণ কৰি তেওঁৰ বিশেষ দিনটোত (Birthday) অধিক মধুৰ আৰু সুখ প্ৰদান কৰিব পাৰিব। আপুনি কেনেদৰে সেই Happy Birthday Wish কৰিব, কেনেধৰণৰ শুভেচ্ছা বাৰ্তা (happy birthday greetings in assamese) প্ৰেৰণ কৰিব আদিৰ বাবে তলত কেইটামান কিটিপ ( Happy Birthday wishes tips) আপোনালোকৰ সুবিধা হোৱাকৈ আগবঢ়ালোঁ। আশাকৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হব।
✓ শুভেচ্ছা বাৰ্তা (happy birthday wishes) তেওঁৰ নাম বা তেওঁৰ লগত আপোনাৰ যি সম্পৰ্ক সেয়া উল্লেখ কৰা উচিত।
✓ শুভেচ্ছা বাৰ্তা (happy birthday wishes) লিখোঁতে কোনোধৰণৰ বানান বা বাক্যৰ গাঁথনি ভুল নহয় তাৰ প্ৰতি মনোযোগ দিয়া উচিত।
✓ আপোনালোকৰ সম্পৰ্ক অধিক ব্যক্তিগত কৰিবলৈ বা তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ব্যক্তিগত ভাৱে আপুনি তেওঁৰ লগত ঘটা এটা মধুৰ ক্ষণৰ বিষয়ে শুভেচ্ছা বাৰ্তাত (happy birthday wishes) উল্লেখ কৰিব পাৰে।
✓ তেওঁৰ মুখত হাঁহি বিৰিঙাবলৈ শুভেচ্ছা বাৰ্তাৰ (happy birthday wishes) লগত কৌতুক বা তেওঁৰ লগত ঘটা হাস্য ৰস সৃষ্টি কৰা ঘটনা উল্লেখ কৰিব পাৰে।
✓ আপোনাৰ শুভেচ্ছা বাৰ্তা (happy birthday wishes) এনেদৰে লিখিব যাতে তেওঁ সেই দিনটোত নিজকে Special অনুভৱ কৰিব পাৰে।
✓ আপোনাৰ শুভেচ্ছা বাৰ্তা (happy birthday wishes) প্ৰিয়জনৰ বাবে এখন Card ত উল্লেখ কৰিলে অধিক ভাল পাব।
✓ শুভেচ্ছা বাৰ্তা (happy birthday wishes) চুটি আৰু মনোগ্ৰাহকৈ লিখিব। কোনোধৰণৰ অন্তৰত আঘাত দিয়া কথা উল্লেখ নকৰিব।
আশা কৰোঁ ওপৰৰ Happy Birthday wish tips বোৰে আপোনাক Birthday wish কৰা caption, quote, message লিখাত কিছু হলেও সহায় কৰিব।
এতিয়া কিছু জন্মদিনৰ শুভেচ্ছা (happy birthday in assamese) জনাবলৈ লিখা কেইটামান শুভেচ্ছা বাৰ্তা (happy birthday wish assamese language) তলত উল্লেখ কৰিলোঁ। এই শুভেচ্ছা বাৰ্তাবোৰ (happy birthday in assamese) আপোনাৰ প্ৰিয় জনলৈ, আত্মীয়, মা দেউতা, বন্ধু বান্ধৱিলৈ প্ৰেৰণ কৰিব পাৰিব।
Happy birthday wishes for friend Assamese ||Happy birthday brother in Assamese ||Happy birthday sister in Assamese
জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশাকৰোঁ আজিৰ এই বিশেষ মূহুৰ্তত তোমাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনক।
আজিৰ এই বিশেষ দিনটোত প্ৰতিটো ক্ষণ আনন্দৰে উপচি পৰক। তাৰে কামনাৰে শুভ জন্মদিন।
তোমাৰ জীৱনৰ প্ৰতিটো সময় অধিক সুখেৰে অতিবাহিত কৰা আৰু প্ৰতিটো জন্মদিনত অধিক আনন্দৰে উপভোগ কৰা। শুভ জন্মদিন।
আজি মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। ওপজা দিনৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো।
তোমাৰ দৰে এগৰাকী বিশ্বাসী বন্ধু মোক লগ কৰাই দিয়া বাবে ভগৱানক অশেষ ধন্যবাদ। Happy Birthday dear Friend।
প্ৰতিটো জনমত তোমাৰ দৰে Best Friend পাওঁ, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আশাকৰোঁ ভগৱানে তোমাৰ মঙ্গল কৰক। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
তোমাৰ জীৱনৰ প্ৰতিটো সপোন যেন তুমি পূৰণ কৰিব পাৰা তাৰে বাবে ভগৱানৰ ওচৰত মিনতি কৰিছোঁ। তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত তোমাক হিয়া ভৰা শুভেচ্ছা জনালোঁ।
তোমাৰ জন্মদিনৰ এই মধুৰ মূহুৰ্তত ভৱিষ্যত দিনত ভগৱানে অধিক সফলতা কঢ়িয়াই আনে তাৰে কামনা কৰিলো। শুভ জন্মদিন।
তোমাৰ জন্মদিন মোৰ বাবে অতিকৈ চেনেহৰ। কাৰণ এই দিনটোৰ বাবে মই তোমাক মোৰ জীৱনত সহযোগী হিচাপে পালোঁ। Happy Birthday my dear।
Happy birthday Assamese language ||Assamese Happy birthday to you ||Happy birthday Assamese birthday wishes
মই নিজে সুখী হবলৈ ভগৱানক প্ৰাৰ্থনা নকৰোঁ কাৰণ তুমি সুখী হলেই মই বেছি সুখী হওঁ। তোমাৰ জন্মদিনৰ এই মধুৰ মূহুৰ্তত ভগৱানে তোমাক সুখত ৰাখক তাৰে কামনা কৰিলো।
ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু হিয়া ভৰা মৰম জনাইছোঁ।
তোমাৰ জন্মদিনৰ cake টোৰ মমৰ পোহৰৰ দৰে তোমাৰ জীৱনটো পোহৰাই তোলক আৰু cake ৰ সু স্বাদৰ দৰে প্ৰতিটো ক্ষণ মধুৰ হৈ ৰওঁক।
তোমাৰ দৰে এজন বন্ধু পায় মই নথৈ আনন্দিত অনুভৱ কৰিছোঁ আৰু মোৰ পৰা তোমাৰ সপোন বোৰ পুৰণ কৰাত আগন্তুক দিনবোৰত পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। Happy Birthday dear Friend।
আজিৰ এই বিশেষ দিনটোত সেইজন ব্যক্তিৰ জন্ম হৈছিল যিজনে সকলোকে নিজৰ ব্যক্তিত্ব জৰিয়তে আনন্দ, মৰম, সহানুভূতি, সুস্থ চিন্তা আৰু জীৱনৰ ৰং বিয়পায় । সেই বিশেষ ব্যক্তি জনেই হৈছে তুমি । মোৰ তথা আমাৰ পৰিয়ালৰ তৰফৰ পৰা জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱানৰ ওচৰত তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
সাগৰৰ দৰে বিশাল মনৰ অধিকাৰী তোমাৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। বিগত দিনৰ আগন্তুক দিন বোৰতো হাঁহি থাকা।
আমাৰ পৰিয়ালৰ তৰফৰ পৰা তোমাৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ দিনটোত আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। Happy Birthday
তোমাৰ লগত কটোৱা প্ৰতিটো মূহুৰ্ত চিৰদিনৰ বাবে প্ৰবাহিত হৈ থকা এখন নদীৰ দৰে মোৰ মনত প্ৰবাহিত হৈ থাকিব। আজিৰ এই বিশেষ দিনটোত তোমাৰ জীৱনৰ উন্নতি কামনা কৰিলো। Happy Birthday Dear______
জন্মদিন বছৰেকত এবাৰহে আহে । সেয়েহে এই দিনটো এনেদৰে celebrate কৰা যাতে গোটেই বৰ্ষটোৱে ৰঙীন হৈ পৰে। Happy Birthday
তুমি আজি আৰু এটা নতুন বছৰ আৰম্ভ কৰাত অভিনন্দন জনালো। আশাকৰোঁ অনাগত দিনবোৰ অধিক সুখৰ হওঁক। Happy Birthday
তোমাৰ প্ৰতি থকা মোৰ অনুভৱ ভাষাৰে বুজাব নোৱাৰি। মাত্ৰ এটা কথাই জনাব বিচাৰোঁ তোমাক ভগৱানে মোৰ লগত লগ কৰাই দিয়াটো এটা সুন্দৰ ভাল লগা ঘটনা যিটো মোৰ চিৰ স্মৰণীয় হৈ ৰৱ। ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু মৰম জনাইছোঁ।
আজি দিনটো তোমাৰ দিন। তোমাৰ এই বিশেষ দিনটোত হাঁহি, ধেমালি, আনন্দৰে উপচি পৰে তাৰে কামনা কৰিলোঁ আৰু আগন্তুক দিনবোৰত অধিক সুখৰ হওঁক। Happy Birthday
Happy birthday in Assamese sms || Happy birthday Assamese wish || Happy birthday Assamese status
মই সকলোঁ সময়তে তোমাৰ দৰে এজন ভাল পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। সেই আশা মোৰ পুৰণ হল। কিন্তু মই তোমাৰ দৰে ভাল বন্ধু হব পাৰিছো নাই নাজানো। প্ৰতিশ্ৰুতি দিলোঁ তোমাৰ ভাল বন্ধু হবলৈ সদায় চেষ্টা কৰিম। Happy Birthday Dear Best Friend
আজি দিনটো আনন্দৰ দিন কাৰণ আজি তোমাৰ জন্মদিন। Happy Birthday
প্ৰতিটো বছৰে তোমাৰ জন্মদিনৰ দিনটো বৰকৈ মনত পৰে। তোমাৰ শৈশৱৰ জন্মদিন পালনৰ মূহুৰ্ত বোৰ মনৰ আগত ভাঁহি আহে। আজিও তোমাৰ জন্মদিনৰ এই মূহুৰ্তত হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। Happy Birthday
জীৱনটো উপভোগ কৰিব জানিলে জীৱনৰ প্ৰতিটো বাধা সুকলমে হাঁহিমুখে আগুৱাই যাব পাৰি। তোমাৰ জীৱন উপভোগ কৰাৰ কৌশল সঁচাই অতুলনীয় আৰু এনেদৰে আৰু এটা সুন্দৰ বৰ্ষ উপভোগ কৰিলা। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ, আশাকৰোঁ এনেদৰে আগন্তুক বৰ্ষ বোৰো সুন্দৰ কৈ উপভোগ কৰিব। Happy Birthday
Happy Birthday Dear Friend। আশাকৰোঁ আজি দিনটো এটা অতি সুন্দৰ স্মৰণীয় মূহুৰ্ত কটাব পাৰো যাতে চিৰ দিনলৈ মনত থাকে।
অভিনন্দন তোমাৰ জীৱনৰ পুনৰ এটা নতুন বছৰ আৰম্ভ কৰা বাবে। আশা কৰোঁ এই নতুন বৰ্ষ টোৱে সেই সকলো সফলতা কঢ়িয়াই আনক যিবোৰ তুমি deserve কৰা। Happy Birthday
জন্মদিনৰ আনন্দ সকলোৱে উপভোগ কৰে। কিন্তু তোমাৰ জন্মদিনৰ আনন্দ উপভোগ কৰাৰ কৌশল দেখি মই নিজে সুখী অনুভৱ কৰিছোঁ যে মোৰ বন্ধু। Happy Birthday friend । জীৱনত আৰু অধিক ভাল কৰ্ম কৰি যোৱা।
তোমাৰ মা দেউতাক মোৰ ফালৰ অশেষ ধন্যবাদ তোমাৰ দৰে এজন সৎ, সাহসী আৰু হৃদয় বান সন্তান এই জগতক দিয়া বাবে। তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত তোমাক হিয়া ভৰা মৰম জনাইছোঁ আৰু মই নিজে সুখী অনুভৱ কৰিছোঁ তোমাৰ দৰে এজন বন্ধু পোৱা বাবে।
তোমাৰ জীৱনৰ এই বিশেষ দিনটোত মোৰ ফালৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ। তোমাৰ জীৱনটো সুখ আৰু সমৃদ্ধিৰে উপচি পৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Happy Birthday
তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলোঁ। Happy Birthday
মোৰ জীৱনৰ অতিকৈ আপোন ব্যক্তি জনলৈ ওপজা দিনৰ একেবাৰে অন্তৰৰ পৰা শুভেচ্ছা আৰু মৰম জনাইছোঁ। Happy Birthday Dear
Happy birthday in Assamese || Happy birthday wishes in Assamese ||Happy birthday Assamese || Happy birthday Assamese msg
তুমি জীৱনত যি কৰিব বিচৰা সকলো কামতে সফল হোৱা। Happy Birthday
জন্মদিন উদযাপনৰ মাদকতাই সুকীয়া। তোমাৰ জন্মদিন পালন ৰ সেই সুকীয়া আমেজ লোৱাৰ আশাৰে Happy Birthday
তোমাৰ জন্মদিন আমাৰ সকলোৰে অতিকৈ আনন্দৰ দিন। তোমাৰ জন্মদিনৰ এই মধুৰ ক্ষণতে ভগৱানে তোমাৰ মঙ্গল কৰক তাকে কামনা কৰিলোঁ।
তোমাৰ আগমনে আমাৰ পৰিয়ালৰ মাজত যি স্ফুৰ্তি, নতুন আশা, আনন্দ, সুখ কঢ়িয়াই আনিলে তাৰ বাবে ভগৱানক অশেষ ধন্যবাদ। তোমাৰ জন্মদিনৰ আজিৰ দিনটোত তোমাক মৰম আৰু শুভেচ্ছা জনালোঁ।
আজিৰ তোমাৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত এটা কথাই কব বিচাৰো "Never lost hope in Life" Cofident হোৱা জয় তোমাৰ হাতৰ মুঠিত হব।
মোৰ বেয়া দিনত মোৰ কাষত থিয় দি সাহস আৰু সহায় কৰিলা তাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ নেকি। তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Birthday wish for lover
তুমি মোৰ সেই বিশেষ ব্যক্তিজন যাৰ বাবে মোৰ হৃদয়ত এক বিশেষ স্থায়ী স্থান চিৰদিনৰ বাবে থাকিব। মোৰ প্ৰিয় জনলৈ মোৰ অন্তৰৰ পৰা জন্মদিনৰ অলেখ মৰম আৰু শুভেচ্ছা জনালোঁ।
প্ৰিয়জনৰ Birthday ত মধ্য ৰাত্ৰি 12 বজাত Wish কৰাৰ আমেজেই সুকীয়া। বৰ্তমান 12 বাজিছে আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। Let's have some fun।
তুমি মোক প্ৰেম, আনন্দ, সাহস, মৰম, প্ৰেৰণা সকলো দি আহিছা। তোমাৰ জন্মদিন ত তোমাৰ লগত বাকী থকা জীৱন কটোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। Happy Birthday
সাগৰত পানী যিমান মোৰ তোমাৰ প্ৰতি থকা মৰমো সিমান। Happy Birthday sweetheart
তোমাৰ মোৰ জীৱনত আগমনে মোৰ সৰু পৃথিৱী খন পূৰ্ণ কৰিলা। Happy Birthday Dear
তোমাৰ অবিহনে মোৰ চিন্তা অপূৰ্ণ, মন আচন্ন, সুখ আধৰুৱা এক কথাত সকলো অসম্পূৰ্ণ। তুমি মোৰ কাষত থাকিলে এনে লাগে যেন মই সম্পূৰ্ণ আৰু মোৰ সকলো আছে। Happy Birthday Dear sweetheart
মই মোৰ জন্মদিন ত কৈ তোমাৰ জন্মদিন পালন কৰি বেছি ভাল পাওঁ, সুখী অনুভৱ কৰোঁ কাৰণ তুমি মোৰ সকলো। Happy Birthday sweetheart
মোৰ মুখৰ হাঁহি যাৰ বাবে সকলো সময়তে থাকে সেয়া হৈছে তুমি। তোমাৰ জন্মদিনৰ এই বিশেষ দিনটোত ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ মাজৰ হাঁহি কেতিয়াও হেৰাই নাজাই।
মোৰ তোমাৰ আটাইতকৈ ভাল লগা গুণ টো কি জানানে সেয়া হৈছে তোমাৰ সততা। যিটো মই সদায় appreciate কৰোঁ। Happy Birthday Dear। তুমি যাতে এই গুণ টো কেতিয়াও হেৰাই যাব নিদিয়া।
ধন্যবাদ
