Sunday, January 1, 2023

New Assamese Quotes of 2023

 

100 Assamese Quotes For Whatsapp Status | Assamese Sad And Romantic Quote Collection

প্ৰিয় পঢ়ুৱৈসকল আজি আপোনাৰ সৈতে মই  Assamese Love Quotes For Life বা Inspirational Assaemse Thoughts শ্বেয়াৰ কৰিবলৈ লৈছো। এইকেইটা Assamese Shayari আপুনি পঢ়ি নিশ্চয় ভালপাব বুলি মোৰ বিশ্বাস। লগত আৰু বহুতো Assamese quotes image বা  ধুনীয়া axomiya quote পঢ়ি থাকিবলৈ জোনক অসমৰ সৈতে সংযুক্ত হৈ থাকক। 

Assamese Quotes By DrPranab Kumar Bhagabati


হাতৰ তলুৱাত তোমাৰ নাম মচ নোখোৱাকৈ লিখিলো...
চাল্লা, এই পাগলে পাহৰি গলো, ভাগ্য হেনো বিধাতাইহে লিখে।
পামনে মই নে মই পাম তোমাক?

assamese shayari facebook| assamese whatsapp shayari
assamese satus for single boy
মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা...
তুমি কিবা ভাৰতৰ কাশ্মীৰখন যেন হৈ পৰিছা।

Assamese Shayari | Assamese shayari photo 1

assamese shayari status| assamese shayari wallpaper

তোমাৰ কেমেৰাত ৰীল নাছিল...
আৰু মই হাঁহিয়েই থাকিলো।
(আমাৰ প্ৰেমৰ সময়ত dslr নাছিল)

assamese shayari message | assamese shayari sms download

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

assamese sad quotes | assamese heart touching quotes

মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।
assamese shayari of love | assamese shayari for love
Assamese Love Quote
কাৰোবাক ভালপোৱা দিলে সীমাহীন ভাবে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়।

assamese sad quotes | assamese heart touching quotes
বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে
assamese shayari new| assamese emotional shayari
তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।

assamese shayari image download | assamese dard shayari

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।
assamese shayari image download | assamese dard shayari
চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

assamese attitude status| assamese quotes for whatsapp
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক...
ছাই হ‌ও মই, জ্বলালেও জ্বলি নাযাওঁ।
assamese attitude status| assamese quotes for whatsapp
লুকাভাকুৰ খেল এই চাৰা দুনীয়া। দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত। স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে
assamese attitude status| assamese quotes for whatsapp
তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো
Romantic quotes assamese| assamese friendship quotes
দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম...
সিদিনা আত্মাৰ প্ৰতি মোহ বেচি জাগিব, কিন্তু হায়, সময় নাথাকিব
Romantic quotes assamese| assamese friendship quotes
কলিজাটো তোমাৰ ফালে সদায় হালে অলপ।
ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে।
Assamese attitude status| assamese dialogue
যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।
assamese shayari image | assamese shayari download
তোমাৰ হাঁহিৰ প্ৰতিক্ৰিয়া মোৰ দেহত হয়
ৰাইজে সোধে "কোন ডক্তৰ, কি ঔষধ?"
assamese shayari photo download | assamese tragedy shayari

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক "মই অলপ বিপদত পৰিছো"। জবাব পাই যাব।

Niribili assamese photo|assamese sad status
তেওঁ হাঁহি সুধিছিল "তুমি কি কৰা?"
মই উত্তৰ দিলো "দলং নোহোৱা নদীত প্ৰেমৰ নাৱ চলাও।"
assamese shayari fb| assamese shayari free download

তেওঁ মোৰ লগত প্ৰেমৰ বালিমহল সাজিলে...
আৰু বৰষুণক খবৰটো তেৱেই দিলে।

assamese friendship quotes|assamese love dialogue
প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

assamese dukhor status|assamese thought of the day
কিমান প্ৰতাৰণা এই জোনাকী পৰুৱাৰ। পোহৰ দেখুৱাই আন্ধাৰৰ ফালে হাত বাউলি মাতে।

Assamese love quotes|New Assamese Quote

তেওঁ যাওঁতে কৈ গ'ল- "মই মাত্ৰ সপোনতহে দেখা দিম।"
মই কলো-"promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

Assamese shayari pic|Assamese shayari picture

যি চৰাই উৰি গল, তালৈ আফচোচ কৰি কি লাভ...
ইয়াত পোহনীয়া চৰায়ো আনৰ চাদত পৰে।
Assamese love quotes|New Assamese Quote
সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।
Assamese love quotes|New Assamese Quote
যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া "বিজয়" আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া "বুৰঞ্জী"
assamese shayari | Best assamese shayari
বুকুৰ কেচা ঘাঁৰ নিজেই যতন লব। দুনীয়াক দেখুৱাই লাভ নাই। এইখন জলকীয়াৰ পৃথিৱী।
assamese dukhor shayari| assamese shayari romantic
তেওঁ সুধিছিল "প্ৰেমৰ বাট কোনফালে?"
মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।
assamese shayari|assamese shayari photo
ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি...
কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।
assamese romantic shayari image| assamese shayari pic download
তুমি হাজাৰ বিচাৰিলেও মোক নোপোৱা...
চন্দ্ৰৰ পিছফালে থকা আন্ধাৰখিনি মোৰ পৃথিৱী।
তুমি চন্দ্ৰ হৈ থাকিলে কত পাবা?
assamese friendship shayari | assamese shayari love story

আমি আমাৰ স্বভাৱ, চৰিত্ৰ ঠিক কৰিব লাগে, যাতে আমাক দেখি ছোৱালী/নাৰীয়ে চুলি ঠিক ঠাক কৰাত লাগি যায়, দোপাট্টা নহয়। মৰ্দ হ‌ও মৰ্দ।

assamese shayari 2020 | assamese shayari sad
জীৱন এক শূণ্যতাৰ ধেমালি
পেটত ভোক,মুখত ধূলি বালি
assamese shayari love | assamese shayari sms
বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?

assamese shayari|assamese shayari photo
তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি...
মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।
assamese shayari|assamese shayari photo
আমৃত্যু ভাল পোৱাৰ কথা আছিল।
বন্ধু, মই মৰিলে চিতাখন তেওঁৰ পদূলিত এবাৰ ৰখাবা...
সুধিলে কবা "কান্ধ সলনি কৰিছো"।

Sunday, August 15, 2021

নষ্ট লৰাৰ প্ৰেমকাহিনী ইমান বেয়া নাছিল। Sad Story



নষ্ট লৰাৰ প্ৰেমকাহিনী ইমান বেয়া নাছিল।


 Lockdown ৰ সময়ত গোটেই ভাৰত বন্ধ সেই সময়ত অসম চৰকাৰে অনলাইন যুগে পাঠদান দিবলৈ সকলো বিদ্যালয় আৰু কলেজক জনালে। তেতিয়া মই 10th ত আছিলোঁ। অনলাইন ক্লাছ কৰিবলে মোৰ কোনো মোবাইল বা লেপটপ নাছিল। তেতিয়া মই মোৰ দেউতাক কলো যে বিদ্যালয়ৰ ক্লাছ সমূহ অনলাইন যুগে কৰাব তেতিয়া দেউতাই মোক এটা মোবাইল দিলে আৰু মই অনলাইনত পাঠদান কৰিবলৈ আৰম্ভ কৰিলোঁ।ৰমজান মাহ আহি আছিল তেতিয়া মই হোত্সপপত এটা ট্ৰেউছ দিছিলোঁ যে কোনে কোনে কালি ৰোজা ৰাখিব। তেতিয়া মোৰ তাত এটা মেছেজ আহিল যে মই ৰাখিম। মই ধৰিব পৰা নাই এই ছোৱালীজনী কোন হয় আৰু মই এনেই অলপ কথা পাতিলোঁ। এদিনাখন ছোৱালীজনীৰ লগত কথা পাতি থকা অৱস্থাত ছোৱালীজনী কলে যে 'I Like You because you are positive thinking boy' ।ছোৱালীজনীৰ লগত কথা পাতি থাকোতে থাকোতে নাজানো কেনেবাকৈ মই তাক ভাল পাই পেলাইছিলোঁ আৰু মই তাক ৰাতি 2তা মান বজাত কলো যে মই তোমাক ভাল পাওঁ । ছোৱালীজনী আচৰিত হৈ উঠিল যে 3,4 দিন মেছেজত কথা পাতি কেনেকৈ ভালপোৱা হল। আৰু ছোৱালীজনী মোক সুধিলে যে ইমান কম দিনতএ ভালপোৱা কেনেকৈ হল আৰু মই কলো যে নাজানো কেনেবাকৈ হল কিন্তু ভালপোৱা হৈ গল। ছোৱালীজনী মানা কৰিলে যে মই তোমাক ভাল নাপাওঁ তথাপিও মই তাক ভালপাবলৈ এৰা নাই কাৰণ মই ভাবিছিলোঁ যে  কোনো এজনী ছোৱালী এজন লৰাৰ লগত ৰাতি 2,3 লৈ এনেই কথা পাতি নাথাকে নিচ্চই ভাল পাই। এই আশাত মই তাৰ লগত কথা পাতি থাকিলোঁ ভাবিছিলোঁ যে এদিন হলেও তাই মোক ভাল পাব। কিন্তু দিন যিমান গৈ থাকিল সিমান এ মোৰ বিশ্বাস কমিব ধৰিলে যে তাই বা মোক ভাল নাপায়। ছোৱালীজনীৰ লগত কথা পাতি থাকোতে গম পালোঁ যে ছোৱালীজনী আগতে ৰাতুল নামৰ এজন ল'ৰাক ভাল পাইছিল। আৰু তাই কলে যে ৰাতুলে বেলেগ ছোৱালীক ভাল পাই সেই বাবে মই তাৰ লগত থকা সম্পৰ্কটো ত্যাগ কৰি দিলোঁ। এই কথা শুনি মোৰ চকু-পানী আহি পৰিল। মই তেতিয়া গম পালোঁ যে ছোৱালীজনী ৰাতুলক এতিয়াও ভাল পাই। তেতিয়া মই ভাবিলোঁ যে মই ৰাতুল আৰু এই ছোৱালীজনীক আকৌ সম্পৰ্কত আনো সেই বুলি দিন এ ৰাতি মাত্ৰ ৰাতুলৰ নম্বৰ বিচাৰি আছিলোঁ তেতিয়া এজন লৰাই মোক ৰাতুলৰ নম্বৰটো দিলে । আৰু নাম্বাৰটো লৈ মই হোত্সপ্পত মেছেজ দিলোঁ  লৰাজনৰ লগত কথা পাতি থাকোতে মই ভাবিলোঁ যে লোৰাজনৰ কথা কোৱাৰ ধৰণ ঠিক এ আছে। নিশ্চয় কিবা ভুলৰ বাবে সিহঁতৰ সম্পৰ্কটো ভাঙি গৈছে সেই বুলি মই ৰাতুলক কলো যে তাই তোমাক এতিয়াও বহুত ভাল পাই লৰাজন তেতিয়া মোক সুধিলে যে তাৰ নম্বৰ আছে নেকি মই তৎক্ষণাত ছোৱালীজনীক সুধিলোঁ যে ৰাতুল এ তোমাৰ নম্বৰ খুজি আছে দিম নেকি। ছোৱালীজনী কলে দিয়া তাৰ পাছতে মই ৰাতুলক নাম্বাৰটো দিলোঁ। তেতিয়া ৰাতি 11 টা বাজিছিল । নম্বৰ দিয়াৰ পিছত সিহঁতৰ মাজত 2ঘণ্টা মান কথা হল আৰু দুয়োজন Offline হৈ গল মই ভাবিলোঁ যে সিহঁতৰ পুনৰ ভালপোৱা আৰম্ভ হৈছে বা  তাৰ পিছতে মই 20দিন মান ছোৱালীজনীৰ লগত কথা পতা নাই। মোৰ মনত বহুত দুখ আছিল কিন্তু প্ৰকাশ কৰিবলৈ ক্ষমতা নাছিল। 20 দিন মান পিছত আকৌ ছোৱালীজনী মোক মেছেজ কৰিলে আৰু কলে যে "কি খবৰ"

তেতিয়া মই কলো ভাল এ আছোঁ

তাৰ পিছত মই সুধিলোঁ যে তোমাৰ কি খবৰ ছোৱালীজনী কলে ভাল এ আছোঁ।

তাৰ পিছত মই সুধিলোঁ যে ৰাতুলৰ কি খবৰ , ছোৱালীজনী কলে মাজে মাজে অলপ মেছেজ কৰোঁ মই সুধিলোঁ যে কিয় এতিয়া তুমি তাক ভাল নোপোৱা নেকি তেতিয়া ছোৱালীজনী কলে যে মই তাক আৰু মোৰ জীৱনত ভাল নাপাওঁ । মই ভাবিলোঁ যে নিশ্চয় ছোৱালীজনী ৰাতুলক ভাল নাপায় তাৰ পাছত আকৌ আমি কথা কোৱা আৰম্ভ কৰিলোঁ তাৰ 7 মাহ মান পিছত ডিচেম্বৰ মাহত মই আকৌ ছোৱালীজনীক কলো যে মই তোমাক বহুত ভাল পাওঁ আৰু যদি তুমি মোক ভাল পোৱা মই তোমাক গোটেই জীৱন সুখী ৰাখিম এই বুলি মই তাইক কলো আৰু তাই মোক বহুত কথা শুনালে তাৰ কথা শুনি মই কান্দিবলৈ ধৰিলে সেই সময়ত ভাবিলোঁ যে তাই মোক কিয় ভাল নাপায় মই ইমান বেয়া নেকি। তাৰ পিছত তাইক কলো যে তুমি মোক ভাল পোৱা বা না পোৱা কিন্তু মই তোমাক গোটেই জীৱনএ ভাল পাই থাকিম আৰু মই আল্লাহৰ তাত দুৱা কৰোঁ যাতে তুমি সকলো সময়তে সুখী থকা। 



আৰু এটা কথা আপোনালোকক কবলৈ মনত এ নাই যে সেই ছোৱালীজনী  মোৰ মাৰ সম্পৰ্কৰ মানুহ আছিল। গতিকে কেনেবাকৈ তাই যদি ভাল পালেও হেতেন তথাপিও আমাৰ ভালপোৱা নাথাকিলে হেতেন কাৰণ তাই আমাৰ সম্পৰ্কীয় মানুহ আৰু এই সম্পৰ্কৰ বাবে আমাৰ সমাজএ আমাৰ ভালপোৱা মানি ন'ললে হেতেন। 

তাইক মই সেই সময়ত কৈছিলোঁ যে মই তোমাক বহুত ভাল পাওঁ আৰু পাই থাকিম কিন্তু মোৰ ভালপোৱা কেতিয়াও সফল নহয় তোমাক মই আগতেও ভাল পাইছিলোঁ এতিয়াও পাওঁ আৰু ভৱিষ্যতত পাই এ থাকিম এই বুলি তাইক কলো মই । কিন্তু ছোৱালীজনীৰ পৰা কোনো reply নাহিল আৰু মই ভাবিলোঁ যে নিশ্চয় তাই মোক দেখিবলৈ নিবিচাৰে। মই তাক কলো যে আজি ৰ পৰা মই তোমাক কেতিয়াও মেচেজ নকৰোঁ আৰু ভৱিষ্যতত কেতিয়াও মুখ নেদেখাওঁ তেতিয়া ছোৱালীজনী হাঁহি হাঁহি কলে যে মই তোমাক এতিয়া লৈ দেখাই নাই আৰু তুমি কৈ আছে যে কোনো দিনা মুখ নেদেখাবা। 

তাৰ পিছত মই কলো হব আৰু একো কব নালাগে  যি কৈছা বহুত কৈছো তুমি মোক মনৰ কথা একো বুজি নোপোৱা বুজি নোপোৱা মানিছোঁ কিন্তু মোৰ মনত কথাত তোমাৰ হাঁহিব নালাগিছিল । আজিৰ পৰা মই তোমাৰ লগৰ কথা নকওঁ, আল্লাহ তোমাক সুখী ৰাখক বুজি কলো তাৰ পিছত এ চাওঁ যে ছোৱালীজনীৰ ফটো নাইকিয়া হল আৰু অনলাইন আছে নে নাই একো দেখা পোৱা নাযায় তেতিয়া মই ভাবিলোঁ যে মোক তাই ঘৃণা কৰে বুলি মোৰ নম্বৰ ব্লগ কৰি দিলে।তাৰ পিছত তাইৰ জন্মদিনৰ দিনা মই গম পালোঁ যে তাই আন কাৰোবাক ভাল পাই। তেতিয়াৰ পৰা মই তাৰ লগত সম্পৰ্ক  ভাঙি দিছোঁ


ছোৱালীজনীৰ নাম নাজমিনা পাৰবিন আৰু এইটো কোনো কাহিনী নহয়। বাস্তৱ জীৱনৰ এজন লৰাৰ ভালপোৱা।





মই এইখন প্ৰথম বাৰ লিখিছোঁ যদি কিবা ভুল হৈ কমেণ্ট কৰি বা Mail কৰি জনাব।


Saturday, June 5, 2021

মই মা হ'ব নোৱাৰো : Story of a woman :Assamese story







 প্ৰহ্লাদ জ্যোতি বৰা

ঘৰৰ মানুহবোৰৰ অশান্তিবোৰ দিনক দিনে বাঢ়িছে

ভুলটো মোৰেই

মই মা হ'ব নোৱাৰো

বুকুখন সদায় খালি হৈয়েই থাকিব

মানুহে মোক বাজী বুলি হাঁহিব৷

শাহু আইয়ে কয়

বাজী তিৰোতাৰ কামত নাহে

যেনেকৈ গুটি নলগা গছৰ কাম নাই

ননদে বেকা চকু দেখুৱাই 

শহুৰদেউতায়ে অশ্লীল ভাষাৰে  মোক কথা শুনায় ৷

মোক বাজী বুলি নাৰীবোৰে হাঁহে

চেনেল পেহীয়ে মোৰ দোষবোৰ খুচুৰি ফুৰে

নাৰীয়েই নাৰীৰ মূল শত্ৰু

নাৰীয়েই নাৰীৰ মূল সমস্যা৷

নাৰীয়ে নাৰীক দিব লাগে সাহস

নাৰীয়ে নাৰীক দিব লাগে মৰ্য্যদা

তেহে নাৰীয়ে পাব সমাজত উচ্চ মান

পুৰুষেও জনাব নাৰীক প্ৰণাম৷

Thursday, April 29, 2021

Motivational Quotes In Assamese

 Motivational Quotes In Assamese





১/
কল্পনাৰ সাগৰত ডুবি নহয়
বাস্তৱতাৰ নৈত সাতুৰিব শিকক
তেহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা।

২)
প্রকৃ্ত  অভাবী সেইজন
যিজন টকাৰ ধনী হলেও মনৰ ধনী নহয়।

৩)
জীৱনত কিবা এটা উন্নতি কৰিবলৈ  হ'লে
জ্ঞানীৰ লগত ঘুৰিবা মূ্র্খৰ লগত নহয়।

৪)
সফল যেতিয়া হবা
তেতিয়া আনক সলনি কৰাৰ পৰিৱর্তে নিজক
সলনি কৰিবলৈ চেষ্টা কৰিবা।

৫)
তুমি তোমাৰ ভবিষ্যত সলনি কৰিব নোৱাৰা
কিন্তু
তোমাৰ অভ্যাসক সলনি কৰিব পাৰা
আৰু অভ্যাসে তোমাৰ ভবিষ্যত 
সলনি কৰিবব।

Monday, March 29, 2021

Funny Whatsapp Status | অসমীয়া Whatsapp Status




 

ভাইহঁত, WhatsApp য়ে মোক ব্যৱহাৰ কৰি আছে


ভগবান যে কি সৃষ্টিশিল অনবৰতে মোৰ কামবোৰকে চাই থাকে


মোবাইলৰ 1% হে চাৰ্জ আছে মোক Call নকৰিবা


iphone ৰ সপ্তম model টোও উলিয়ালে চাল্লা এইবাৰো লব নোৱাৰিলো


মই lazy নহয় বে মই energy saving mode তহে আছো


তোমাক যদি কোনেও বেয়া নাপায় তেতিয়াহলে তুমি মস্ত Boring


নিজৰ পত্নীৰ পচন্দত নাহাহিবা তুমিও পত্নীৰ পচন্দৰে


মোৰ ষ্টাইলেই তেনেকুৱা মোক follow নকৰিবা


টকা গছত লাগিলে ছোৱালীবোৰে বান্দৰৰ লগতো dating মাৰিলে হয়


মই হাৰি যোৱা নাই মোৰ সফলতাৰ চাবিপাতহে হেৰাইছে


ৰাস্তাই বদলি যায় যেতিয়া কোনোবাই কয় আগত হেলমেত্ checking হৈ আছে


দাঁত সৰি নোযোৱালৈকে প্ৰাণখুলি হাঁহি থাকা_জীৱনটো বৰ চুটি



চাল্লা সৰুতে handwriting ত গুৰুত্ব দিলো এতিয়া মোবাইলৰ keypad চলাওতেই দিন গৈছে


তই চাল্লা মোলৈ চাই হাঁহি আছ নে হাঁহি হাঁহি মোলৈ চাই আছ ক'



যিমানে mountain dew নোখোৱা কিয় ভয় লাল খালেহে দূৰ হয়


মোৰ girlfriend iphone 8 ৰ নিচিনাহে হব এতিয়ালৈ launch হোৱা নাই


কিছুমান ছোৱালী ইমান ধুনীয়া মই relashionship আগবঢ়োৱাৰ আগতেই নিজক reject কৰি থওঁ


এই প্ৰেমটোও এনেকুৱা দুৱাৰদলিত আহি উপস্হিত হৈছে যে_বহু ভাবি ভাবি এটা love msg বনাই gf ক পঠোৱাৰ পিছতো তাই সুধিব এই msg টো তোমাক কোনে পঠিয়াইছে


বাবা আৰামদেৱ:বিদেশী বস্ত্ত google map ব্যৱহাৰ নকৰিব_চাহ দোকানীকে ৰাস্তা সুধি ফুৰিব


যিসকলক আগতে স্কুলত মুৰ্গী সঁজোৱা হৈছিল এতিয়া বৰ্তমান সিহঁত whatsapp গ্ৰুপৰ admin


আগতে সকলোৱে কোনোবা হৰিণী ঘৰৰ balcony ত ওলাব বুলি ৰখি আছিল আজিকালি online ত ওলাব বুলি ৰখি থাকে


Attitude অন্তৰ্বাসৰ নিচিনা বুজিছা_ ইয়াক লুকুৱাই ৰাখা দেখাবলৈ নহয়


এটা ভাল Wifi আৰু এজনী ধুনীয়া Wife বিচাৰি অাছো


মই সেই সকলৰ নিচিনা নহয় যি Red Light হোৱাৰ পিছতো দৌৰি থাকে, মই Green হোৱালৈ বাট চাওঁ


এটা মস্তি status আছে লাগে যদি scratch কৰা


"বিবাহ" মানে নিৰব আত্মহত্যা


মই সেই ছোৱালীজনীকে বিয়া পাতিম যাৰ voter card ৰ ফটো ধুনীয়া


ঘৰৰ বাগিচাত কাকো চুমা নাখাবা_প্ৰেমহে অন্ধ ওচৰ চুবুৰিয়া নহয়



ৰাতি মোৰ মোবাইলটো নিচাত আছিল সেয়ে তোমালৈ এটা Sms গল




প্ৰেম blotooth ৰ নিচিনা ওচৰলৈ আহিলে connected দূৰলৈ গলে Searching For a New Device


ছোৱালীবোৰক বয়স সুধিলে বেয়া পায় কিন্ত্ত Birthday পাহৰিলে তোমাক মাৰি পেলাব


মনুষ্য: গছৰ পৰা কাগজ বনাব আৰু সেইখন কাগজতে লিখিব "Save Tree"


ফোনটোৱে ভাল চাল্লা অনিচ্ছা লাগিলে switchoff কৰি থব পাৰি_কিন্ত্ত পত্নীক...


মই ঘৰৰ calling bell নবজাও বুজিছা ডাইৰেক্ট call কৰো


মই মোৰ ওঠৰ সোৱাদটো লব পৰা নাই তুমি এবাৰ test কৰি চাবা নেকি


girlfriend ৰ আগত তাইৰ বান্ধবীৰ গুণ গোৱা petrol pump ৰ কাষত চিগাৰেট খোৱাৰ নিচিনা


ঠাণ্ডাৰ দিনৰ ফেনখন চলাই দিলো নে নাই তাই মোক তাতেই বেয়া পায় গল বে


ঠাণ্ডাৰ দিনত এটাই মজা চাল্লা গৰম মুঠেও নালাগে


যি বন্ধুৱে কৈছিল জীৱনভৰ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰিম আজি traffic police checking ৰ সময়ত সিয়ে মোক অকলে এৰি থৈ গল


টকা পইচাৰ কথা নকবা সোণজনী তুমি যিমান দেখিছা নহয় তাতকৈ বেছি মই ধাৰ লৈ থৈছো


হৃদয়টো কিবা খেলাৰ বস্ত্ত নেকি ইমানেই যদি খেলিব মন তেতিয়া হলে blue whale game খেলা না


চাল্লা এটা বস্ত্ত বুজি পোৱা নাই ইমান prince আৰু queen মোগলৰ সময়তো নাছিল যিমান এতিয়া facebook ত দেখা পোৱা যায়


প্ৰেমৰ ৰাস্তাত বোলে আঘাট বেছি মই ভাবিছো তাতে এখন Hospital খুলি লও নেকি


কলেজৰ জগতখন কিন্ত্ত অাচৰিত ক্লাছৰ সময়ত প্ৰেম কিতাপৰ জেগাত মনৰ মেল সেইকাৰণে ৰমেণ প্ৰত্যেকবাৰে ফেল


হায় ৰে সময়_১০ মিনিট দেখাদেখি হলেই বিয়া fixed হৈ যায় বাৰে বাৰে interview দিলেও চাকৰি missed হৈ যায়


বস্ত্ত বাহানীৰ যিহে দাম আধাৰ Card নালাগে আহাৰ Card ৰ হে দৰকাৰ


পত্নীক বুজাব যোৱা মানে_10 Gb ভিডিও download থাকোতে 9.5 Gb ত error দেখুওৱা




জৱাহৰলাল:এলাহ মানৱ জীৱনৰ শত্ৰু_মহাত্মা গান্ধী:শত্ৰুক প্ৰেম কৰা 😌Confused


জাপানত:5g testing_ভাৰতত:এতিয়াও "জয় হনুমান" লিখি ১১ জনক পঠিয়াই free net balance পোৱাৰ আশা


হে ৩৩ কৌটি দেৱ দেৱী মোক আন একো নালাগে প্ৰত্যেকে এটকাকৈ দি আশীৰ্বাদ কৰা_বাকি মই নিজে হিচাপ কৰি লম


পুৰণি হিন্দী চিনেমাৰ নিচিনাকৈ যদি মোৰ girlfriend ৰ বাপেকে blank cheque এখন দি কলে হয়_ইয়াত amount লিখি ল' আৰু মোৰ ছোৱালীৰ জীৱনৰ পৰা ওলাই যা'


মোক কি বুলি ভাবিছা_মই news ও dj home theatre ত শুনো বুজিছা

Wednesday, March 10, 2021

Assamese Quotes on Life



জীৱনটো কি, ইয়াৰ উদ্দেশ্য কি?, সুখী জীৱনৰ ৰহস্য কি?, জীৱনলৈ দুখ কিয় আহে?, জীৱনটো নিঁখুত ভাবে চলিবলৈ কি কি নীতি অৱলম্বন কৰিব লাগে ইত্যাদি   প্ৰশ্নৰ উত্তৰ আৰু জীৱন সম্পৰ্কে বিভিন্ন ব্যক্তিয়ে বিভিন্ন বাখ্যা আগবঢ়াইছে। কোনেওঁ স্পষ্টকৈ ইয়াৰ সমিধান কৰিব পৰা নাই। তথাপিও কেইজনমান মহৎ লোকে বহু অধ্যয়নৰ অন্তত "জীৱন (life)" সম্পৰ্কে কিছুমান বাখ্যা দিছে, যিবোৰ আমি প্ৰত্যেকজন ব্যক্তিয়ে অনুকৰণ কৰিব লাগে।




এই post টোৰ জৰিয়তে কেইজনমান মহৎ লোকৰ জীৱনৰ উক্তি (life quotes / life status, life quotes image / life status image) আগবঢ়োৱা হল। 


থমকি নৰবা,
তুমি যিমান ভাবা,
জীৱনটো তাতকৈ বহু বেছি 
গতিৰে আগুৱাই গৈ আছে।




৫ টকীয়া নোটৰ দৰে
হৈ গৈছে জীৱনটো,
চলে, 
কিন্ত্ত ফটা অৱস্হাত।




আমাৰ চকুজুৰিয়ে,
সাধাৰণতে,
সেইবোৰ বস্ত্তহে পচন্দ কৰে,
যাক সহজতে পাবলৈ কঠিন।


যেতিয়া কোনো সমস্যাৰ উদ্ভৱ হয়,
কিছু ক্ষণ হৃদয়েৰে ভাবা,
আৰু ,
বিবেকৰ লগত সংলগ্ন কৰা,
সমাধান ওলাই পৰিব।





জীৱনত এজন পাৰ্টনাৰ
থকাটো খুবেই জৰুৰী,
নহলে মনৰ কথাবোৰ,
ষ্টেটাচ্ ত লিখোতেই যাব।




ব্যক্তি এজনে জীৱনত
দুটা বস্ত্তৰ লগতে হাৰি যায়,
এটা হল, সময়,
আৰু 
আন এটা হল প্ৰেম,
সময় কেতিয়াওঁ কাৰো নহয়,
আৰু 
প্ৰেম কেতিয়াওঁ সকলোৰে নহয়।



যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব,
তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।




জীৱনত চলাচল কৰিবৰ বাবে দুটাই ৰাস্তা ,
এটা হল সহজ, মসৃণ, চাঁৰে ভৰা,
আনটো হল,
কঠিন, ওখোৰা-মোখোৰা, কণ্টক ভৰা।


প্ৰথম ৰাস্তাটোৰে গলে সহজেই দ্ৰুত গতিৰে গৈ থাকিব পাৰি কোনো কষ্ট নোহোৱাকৈ জীৱনৰ তাৎক্ষণিক মজা লৈ । এই পথৰ প্ৰত্যেকটো ক্ষণতে আনন্দ অনুভৱ হয় । জীৱনটো অইনক কষ্ট দি হলেও নিজৰ ইচ্ছা, আনন্দ আদিৰ পুৰ্তিৰ বাবেহে বুলি ভাব হয় । 


আৰু 


দ্বিতীয় ৰাস্তাটোৰে গলে প্ৰথমতে অশেষ  কষ্ট অনুভৱ হয়, পদে পদে কাঁইট, কেতিয়াবা হয়টো ৰাস্তাটো এনেদৰে বন্ধ হৈ যোৱা নিচিনা লাগিব,যে সেই স্থলত নিজেই ৰাস্তাটোৰ বাধাবোৰ আঁতৰাই হয়টো আগবাঢ়ি যাবলগীয়া হব পাৰে । এইটো ৰাস্তাত চলাচলৰ গতিবেগ সাধাৰণতে ধীৰ । কিন্ত্ত এই ৰাস্তাটোৰে কিছুদূৰ আগবঢ়াৰ পিছত পিচ হোহকিব লগীয়া নহয় । কিয়নো যাত্ৰাৰ আৰম্ভণিৰ পৰা পাই অহা বিভিন্ন বাধাবোৰ অতিক্ৰম কৰি অহা এক প্ৰকাৰ অভ্যাস হৈ যায়। সৰু সৰু সমস্যাই ব্যতিব্যস্ত নকৰে ।

কিন্ত্ত,
প্ৰথম ৰাস্তাটো চুটি আৰু কিছুদূৰ যোৱাৰ পিছত এই ৰাস্তাৰ শেষত আছে অন্ধকাৰ দ' খাৱৈ । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজ স্বাৰ্থ সিদ্ধি কৰে আৰু ই ক্ষণস্হায়ী ।

আৰু আনহাতে,
দ্বিতীয় ৰাস্তাটো অতিকৈ দীঘল, ইয়াৰ শেষ নাই । ইয়াত পোৱা জীৱনৰ অনুভৱে নিজৰ লগতে অইনৰো( বিশেষকৈ পৰিয়াল) স্বাৰ্থ সিদ্ধি কৰে । ইয়াত শান্তি আছে, ইয়াত জ্ঞাণ আছে, ই জীৱনৰ মূল্য শিকায়, ই জীৱনৰ উদ্দেশ্য শিকায়, ই জীৱনটো সুচাৰুৰূপে চলাবলৈ শিকায় আৰু এই পথ দীৰ্ঘস্হায়ী ।

(আপুনি কোনটো পথ বাচনি কৰিব, নিজেই বিবেচিত কৰক)